ষ্টেনোগ্ৰাফাৰ নিযুক্তিৰ বাবে এন আই এৰ আবেদন আহ্বান

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা(এন আই এ)-ই ষ্টেনোগ্ৰাফাৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ষ্টেনোগ্ৰাফাৰ নিযুক্তিৰ বাবে এন আই এৰ আবেদন আহ্বান
Published on: 

খালী পদৰ সংখ্যাঃ ৮টা।

দৰমহাঃ মাহিলী ৩৪, ৪০০টকাৰ পৰা ১,১২, ৪০০টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী, চণ্ডীগড়, ৰাইপুৰ, জম্মু, কোচি, লক্ষ্ণৌ, কলকাতা, নতুন দিল্লী, হায়দৰাবাদ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৩-০৭-২০২০।

সবিশেষ জানিবলৈ www.nia.gov.in/recruitment- notice.htm চাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com