ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাত উপ-আৰক্ষী অধীক্ষকৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাত উপ-আৰক্ষী অধীক্ষকৰ পদখালী


ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)-ত আৰক্ষীৰ উপ-অধীক্ষকৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : আৰক্ষীৰ উপ অধ্যক্ষ

খালী পদৰ সংখ্যা : ৬টা

নিযুক্তিৰ স্থান : সমগ্ৰ ভাৰতত

দৰমহা : ৫৬,১০০ - ১,৭৭,৫০০টকা (মাহিলী)

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১০/১০/২০২১

ৱেবছাইট : nia.gov.in

শিক্ষাগত অৰ্হতা :

•এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী ধৰি হ'ব লাগিব।

• অপৰাধ জনিত গোচৰ তদাৰকৰ ৩বছৰীয়া অৰ্হতা থাকিব লাগিব ।

• বুদ্ধিমত্তা সম্পন্ন কাম যেনে উগ্ৰবাদ দমনৰ অংশীদাৰ হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া : ইচ্ছুক প্ৰাৰ্থী নিজৰ আবেদন পত্ৰ প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে উল্লেখিত ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।

ঠিকনা : আৰক্ষী অধ্যক্ষ, ৰাষ্ট্ৰীয় অনুসন্ধান অনুষ্ঠান, মুখ্য কাৰ্য্যালয়, CGO চৌহদৰ বিপৰীতে, লোধি ৰোড, নতুন দিল্লী ১১০০০৩।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com