Begin typing your search above and press return to search.

এন আই এৰ পদত নিযুক্তিৰ আবেদন আহ্বান

এন আই এৰ পদত নিযুক্তিৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Jun 2020 5:50 AM GMT

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা(এন আই এ)ই অপৰাধস্থলীৰ সহায়ক(Crime Scene Assistant) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ৩টা।

দৰমহাঃ মাহিলী ৪৪,৯০০ টকাৰ পৰা ১,৪২,৪০০টকা।

চাকৰিৰ স্থানঃ গুৱাহাটী, ৰাইপুৰ, লক্ষ্ণৌ, কলকাতা, নতুন দিল্লী, মুম্বাই আৰু হায়দৰাবাদ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০২.০৮.২০২০

বয়সৰ সীমাঃ ডেপুটেচন ভিত্তিৰ নিযুক্তিৰ ক্ষেত্ৰত আবেদন গ্ৰহণৰ শেষ তাৰিখৰ দিনা ৫৬ বচৰতকৈ অধিক হ'ব নালাগিব।

সবিশেষ জানিবলৈ wwv.nia.gov.in চাওক।

Next Story
চাকৰি