Begin typing your search above and press return to search.

এন আই এ-ত চাইবাৰ ফৰেণচিক পৰীক্ষকৰ পদখালী

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)-ই চাইবাৰ ফৰেণচিক পৰীক্ষক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

এন আই এ-ত চাইবাৰ ফৰেণচিক পৰীক্ষকৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Jun 2020 6:38 AM GMT

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ ৫৬,১০০টকাৰ পৰা ১ লাখ ৭৭ হেজাৰ ৫০০টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী, ৰাইপুৰ, লক্ষ্ণৌ, কলকাতা, নতুন দিল্লী, মুম্বাই, হায়দৰাবাদ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০২-০৮-২০২০

বয়সৰ সীমাঃ ডেপুটেচনত নিযুক্তৰ বয়স আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ অধিক হ'ব নালাগিব।

সবিশেষ জানিবলৈ www.nia.gov.in চাওক।

Next Story
চাকৰি