Begin typing your search above and press return to search.

চাইবাৰ ফৰেণছিক পৰীক্ষক নিযুক্তিৰ বাবে আবেদন আহ্বান

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)-ই চাইবাৰ ফৰেণছিক পৰীক্ষক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

চাইবাৰ ফৰেণছিক পৰীক্ষক নিযুক্তিৰ বাবে আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 July 2020 7:06 AM GMT

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৫৬,১০০টকাৰ পৰা ১,৭৭,৫০০টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী, ৰাইপুৰ, কলকাতা, নতুন দিল্লী, মুম্বাই, হায়দৰাবাদ।

বয়সৰ সীমাঃ ডেপুটেচন নিযুক্তিৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স ৫৬ বছৰতকৈ অধিক হ'ব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০২-০৮-২০২০।

সবিশেষ জানিবলৈ wwv.nia.gov.in চাওক।

Next Story
চাকৰি