নিউ ইণ্ডিয়া এছুৰেন্স কোম্পানীত প্ৰশাসনিক বিষয়াৰ পদখালী

এই বিষয়ে তলত সবিশেষ তথ্য পাব ৷
নিউ ইণ্ডিয়া এছুৰেন্স কোম্পানীত প্ৰশাসনিক বিষয়াৰ পদখালী

দ্য নিউ ইণ্ডিয়া এছুৰেন্স কোম্পানী লিমিটেডে ৩১৭ টা প্ৰশাসনিক বিষয়া পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷ 

পদঃ

প্ৰশাসনিক বিষয়া ৷

খালী পদৰ সংখ্যাঃ ৩১৭টা ৷

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ স্নাতক/স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব ৷ সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীয়ে স্নাতক/স্নাতকোত্তৰত ন্যূনতম ৬০ শতাংশ আৰু এছ চি/এছ টি আৰু শাৰীৰিকভাবে অক্ষম প্ৰাৰ্থীয়ে ন্যূনতম ৫৫ শতাংশ নম্বৰ লাভ কৰা হ'ব লাগিব। প্ৰাৰ্থী ২০২১ৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত ডিগ্ৰী গ্ৰহণ কৰা হ'ব লাগিব।

বয়সৰ সীমাঃ ২১ৰ পৰা ৩০ বছৰ ৷

দৰমহাঃ ৩২, ৭৯৫ টকা ৷

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২১-০৯-২০২১৷

আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণী/আৰ্থিকভাবে পিছপৰা প্ৰাৰ্থীৰ ক্ষেত্ৰতঃ ৭৫০টকা ৷ এছ চি/এছ টি আৰু শাৰীৰিকভাবে অক্ষম প্ৰাৰ্থীৰ ক্ষেত্ৰত ১০০টকা। 

প্ৰাৰ্থীয়ে www.newindia.co.in- ৰ জৰিয়তে অনলাইন আবেদন জনাব পাৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com