নিউ ইণ্ডিয়া এছ্যুৰেন্স কোম্পানী লিমিটেড নিযুক্তি ২০২১ -৩০০ টা প্ৰশাসনিক বিষয়াৰ পদ খালী ।

নিউ ইণ্ডিয়া এছ্যুৰেন্স কোম্পানী লিমিটেড, এক আগশাৰীৰ ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমা কোম্পানীয়ে মুকলি বজাৰৰ পৰা স্কেল ১ কেডাৰত ৩০০ জন বিষয়া নিযুক্তিৰ বাবে আৱেদন আমন্ত্ৰণ কৰিছে। এন.আই.এ.চি.এল. পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-
নিউ ইণ্ডিয়া এছ্যুৰেন্স কোম্পানী লিমিটেড নিযুক্তি ২০২১ -৩০০ টা প্ৰশাসনিক বিষয়াৰ পদ খালী ।

পদৰ নাম- প্ৰশাসনিক বিষয়া ।

খালী পদ-৩০০ টা ।

বয়স- ২১-৩০ বছৰ ।

( বয়সৰ ৰেহাই: শ্ৰেণী অনুসৰি বয়সৰ ৰেহাই অনুসূচীত জাতি/ অনুসূচীত জনজাতিৰ দৰে: ৫ বছৰ, অবিচি-এনচিএল: ৩ বছৰ পিডব্লিউবিডি: ১০ বছৰ )

দৰমহা- ৩২৭৯৫-১৬১০ টকা(১৪)-৫৫৩৩৫-১৭৪৫(৪)-৬২৩১৫

অৱস্থান-সমগ্ৰ ভাৰতত ।

আবেদনৰ অন্তিম তাৰিখ- ২১/০৯/২০২১ ।

আবেদন প্ৰক্ৰিয়া -অফলাইন/অনলাইন ।

আবেদন মাচুল- অনুসূচীত জাতি/ অনুসূচীত জনজাতি / পিডব্লিউবিডি: ১০০/- টকা (কেৱল ইনটিমেচন মাচুল) অন্যান্য: ৭৫০/- টকা (ইনটিমেচন মাচুল সহ আবেদন মাচুল)

পৰিশোধ প্ৰক্ৰিয়া: ডেবিট কাৰ্ড (ৰুপে/ভিছা/মাষ্টাৰকাৰ্ড/মেষ্ট্ৰো), ক্ৰেডিট কাৰ্ড, বেঙ্কিং, আইএমপিএছ, কেছ ৱালেট/ মোবাইল ৱালেট ।

ৱেবচাইট-https://www.newindia.co.in/portal/

শিক্ষাগত অৰ্হতা/যোগ্যতা-প্ৰাৰ্থীগৰাকীৰ কোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক/স্নাতকোত্তৰ ৰ নিম্নতম অৰ্হতা বা কেন্দ্ৰীয় চৰকাৰে স্বীকৃত যিকোনো সমতুল্য অৰ্হতা থাকিব লাগিব আৰু সাধাৰণ প্ৰাৰ্থীৰ বাবে ডিগ্ৰী পৰীক্ষাৰ যিকোনো এটাত কমেও ৬০% নম্বৰ আৰু অনুসূচীত জাতি/অনুসূচীত জনজাতি/পিডব্লিউবিডি প্ৰাৰ্থীৰ বাবে কমেও ৫৫% নম্বৰ থাকিব লাগিব। প্ৰাৰ্থীজনৰ ওচৰত ৩০/০৯/২০২১ তাৰিখলৈকে যোগ্যতা অৰ্জনকাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ থাকিব লাগিব ।

আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে আবেদন কৰিবলৈ অফিচিয়েল এনআইএচিএল নিযুক্তি পৰ্টেললৈ গৈ অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে অনলাইন আবেদন কৰিব লাগিব।

বাছনি প্ৰক্রিয়া-বাছনি প্ৰক্ৰিয়াটো সাক্ষাৎকাৰ/পৰীক্ষাৰ ওপৰত আধাৰিত হ'ব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com