আই চি এম আৰৰ ৰাষ্ট্ৰীয় মেলেৰিয়া গৱেষণা প্ৰতিষ্ঠানত বিভিন্ন পদ খালী

এই পদসমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা আদিৰ তলত সবিশেষ তথ্য পাবঃ
আই চি এম আৰৰ ৰাষ্ট্ৰীয় মেলেৰিয়া গৱেষণা প্ৰতিষ্ঠানত বিভিন্ন পদ খালী
Published on

ই চি এম আৰৰ ৰাষ্ট্ৰীয় মলেৰিয়া গৱেষণা প্ৰতিষ্ঠানৰ বিষয়েঃ 

১৯৭৭-ত আই চি এম আৰৰ ৰাষ্ট্ৰীয় মলেৰিয়া গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হয়। এই প্ৰতিষ্ঠানৰ আৰম্ভণিতে নাম আছিল মেলেৰিয়া গৱেষমা কেন্দ্ৰ। ২০০৫-ত নেচনেল ইনষ্টিটিুট অৱ  মেলেৰিয়া ৰিচাৰ্ছৰূপে এই  প্ৰতিষ্ঠানৰ পুনৰ নামাকৰণ কৰা হয়।  ভাৰত চৰকাৰৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্বাস্থ্য গৱেষণা বিভাগৰ  অন্যতম স্বতন্ত্ৰীয়া প্ৰতিষ্ঠান হৈছে আই চি এম আৰৰ ৰাষ্ট্ৰীয় মেলেৰিয়া গৱেষমা প্ৰতিষ্ঠান। 

আই চি এম আৰৰ ৰাষ্ট্ৰীয় মলেৰিয়া গৱেষণা প্ৰতিষ্ঠানৰ নিযুক্তি ২০২২ঃ 

 আই চি এম আৰৰ ৰাষ্ট্ৰীয় মলেৰিয়া গৱেষণা প্ৰতিষ্ঠানে কনিষ্ঠ চিকিত্সা বিষয়া, ডি ই ও নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। এই পদসমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সসীমা, দৰমহা আদিৰ বিষয়ে তলত পাবঃ 

 এই পদসমূহৰ  বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা আদিৰ তলত সবিশেষ তথ্য পাবঃ 


পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

কনিষ্ঠ চিকিত্সা বিষয়া, ডি ই ও


পদৰ সংখ্যা

১৫ টা। 

দৰমহা

মাহিলী ১৭, ৫২০ টকাৰ পৰা ৬০ হেজাৰ টকা। 

বয়সৰ সীমা


১৮ ৰ পৰা ২৫ বছৰ। 

নিযুক্তিৰ স্থান

ৰুৰকেল্লা (ওডিচা), দালি ৰাজহাড়া (চত্তিশগড়)। 

অন্তিম তাৰিখ

২০ ফেব্ৰুাৱৰী, ২০২২। 

ৱেবছাইট

nimr.org.in

পদৰ সবিশেষঃ 

কনিষ্ঠ চিকিত্সা বিষয়া। 

খালী পদৰ সংখ্যাঃ ২টা। 

পৰীক্ষাগাৰ টেকনিচিয়ান।

খালী পদৰ সংখ্যাঃ২ টা। 

ডাটা এণ্ট্ৰী অপাৰেটৰঃ ৩টা। 

ক্ষেত্ৰ কৰ্মীঃ ৪টা। 

কনিষ্ঠ নাৰ্ছঃ ৪টা। 

শিক্ষাগত অৰ্হতাঃ 

কনিষ্ঠ চিকিত্সা বিষয়াঃ এম বি বি এছ। 

পৰীক্ষাগাৰ টেকনিচিয়ান।ঃ  দ্বাদশ শ্ৰেণী, ডি এম এল টি, বি এছ চি। 

ডাটা এণ্ট্ৰী অপাৰেটৰঃ দ্বাদশ শ্ৰেণী। 

ক্ষেত্ৰ কৰ্মীঃ দ্বাদশ শ্ৰেণীঃ 

কনিষ্ঠ নাৰ্ছ, দশম, এ এন এম। 

আবেদনৰ নিয়মঃ 

প্ৰথমে sdmassam.nic.in ৱেবছাইট চাব।

তাৰ পাছতে উক্ত ৱেবছাইটৰ কি চাকৰিৰ বাবে আবেদন কৰিছে তাৰ Recruitment বা Careers অপচন চাব।

ৱেবছাইট বা নটিফিকেচন লিংকৰ পৰা প্ৰকিউৰমেণ্ট অফিচাৰৰ নিযুক্তি বিজ্ঞাপন ডাউনলোড কৰক।

আবেদন প্ৰ-পত্ৰ পূৰণৰ পূৰ্বে শেষ তাৰিখ চাব।

কোনো ভুল নোহোৱাকৈ সাৱধানেৰে  আবেদন প্ৰ-পত্ৰ পূৰণ কৰিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখ ২০  ফেব্ৰুৱাৰী, ২০২২-ৰ ভিতৰত পোৱাকৈ আবেদন জমা দিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com