Begin typing your search above and press return to search.

এন.আই.অ. (NIO) ত নিযুক্তি ২০২০:

nio

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Jun 2020 1:45 PM GMT

এন.আই.অ. (NIO) ত নিযুক্তি ২০২০:

পদৰ নাম: টেকনিকেল এছিচটেন্ট গ্ৰুপ-৩ গ্ৰেড (১)

পদখালী: ২৪ (UR-১২, EWS-০২, OBC-০৭, SC-০২, ST-০১)

দৰমহা: ৩৫,৪০০-১,১২,৪০০

বয়স: ৩১/০১/২০২০ লৈ কে ২৮ বছৰ হব লাগিব

শিক্ষাগত অর্হতা: তলত উল্লেখ কৰা হৈছে

কেনেকৈ আবেদন কৰিব: অনলাইন দ্বাৰা NIO ৱেবচাইডত তাৰিখ ০২/০৬/২০২০ পৰা ১৭/০৭/২০২০ ভিতৰত আবেদন কৰিব পাৰিব।

অন্তিম তাৰিখ- 17-06-2020

অধিক জানিবৰ বাবে: click here

Next Story
চাকৰি