Begin typing your search above and press return to search.

NIRDPR-ৰ গৱেষণা সহযোগী আৰু মাল্টি টাস্কিং ষ্টাফ নিযুক্তি

NIRDPR-ৰে গৱেষণা সহযোগী আৰু মাল্টি টাস্কিং ষ্টাফ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

NIRDPR-ৰ গৱেষণা সহযোগী আৰু মাল্টি টাস্কিং ষ্টাফ নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jan 2022 11:14 AM GMT

NIRDPR-ৰ বিষয়েঃ

দ্য নেচনেল ইনষ্টিটিউট অৱ ৰুৰেল ডেভেলপমেণ্ট হৈছে (NIRDPR) হৈছে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনৰ এটা স্বতন্ত্ৰ সংস্থা। গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজৰ ক্ষেত্ৰখনত এই সংস্থা হৈছে উত্কৰ্ষতাৰ সংস্থা। ই হৈছে আন্তৰ্জাতিকভাবে স্বীকৃত UN-ESCAP-ৰো উত্কৰ্ষতাৰ কেন্দ্ৰ। ই উন্নয়নৰ কামৰ ক্ষেত্ৰত নিয়োজিতসকলৰ কৰ্ম-সামৰ্থ বৃদ্ধি কৰে।

২০০৮-ত NIRDPR-ৰে সোণালী জয়ন্তী বৰ্ষ পূৰ্ণ কৰে। এই প্ৰতিষ্ঠান তেলেংগানাৰ হায়দৰাবাদত অৱস্থিত। অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে গুৱাহাটীত ইয়াৰ আঞ্চলিক কেন্দ্ৰ আছে। ই প্ৰতিষ্ঠানে পঞ্চায়তীৰাজ অনুষ্ঠান, বেংকাৰ, এন জি ও আৰু অন্যান্যসকলৰ সৈতে কাম কৰে।

NIRDPR-ৰত নিযুক্তি ২০২২ঃ

NIRDPR-ৰে গৱেষণা সহযোগী আৰু মাল্টি টাস্কিং ষ্টাফ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদসমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ

আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:

পদৰ নাম

গৱেষণা সহযোগী আৰু মাল্টি টাস্কিং ষ্টাফ।

খালী পদ

১৭ টা।

দৰমহা

মাহিলী ১২ হেজাৰ টকাৰ পৰা ৫০ হেজাৰ টকা।

বয়সৰ সীমা

সৰ্বোচ্চ ৪৫ বছৰ।

চাকৰিৰ স্থান

গুৱাহাটী, হায়দৰাবাদত।

আবেদন মাচুল

নাই।

বাছনি প্ৰক্ৰিয়া

সাক্ষাতকাৰ।

অন্তিম তাৰিখ

২৬ জানুৱাৰী, ২০২২।

ৱেবছাইট

nirdpr.org.in


শিক্ষাগত অৰ্হতা:

গৱেষণা সহয়োগীঃ পি এইচ ডি।

গৱেষণা সহায়কঃ স্নাতকোত্তৰ ডিগ্ৰী।

প্ৰশিক্ষণ প্ৰৱন্ধক চি আৰ টি চি এনঃ স্নাতকোত্তৰ ডিগ্ৰী।

প্ৰশিক্ষণ প্ৰৱন্ধক (কাৰিকৰী)ঃ এম টেক।

প্ৰশিক্ষণ প্ৰৱন্ধক ( প্ৰশাসন আৰু গণনা)ঃ স্নাতক।

মাল্টি টাস্কিং কৰ্মচাৰীঃ দশম শ্ৰেণী।

বয়সৰ সীমাঃ

গৱেষণা সহয়োগীঃ সৰ্বোচ্চ ৪০ বছৰ।

গৱেষণা সহায়কঃ সৰ্বোচ্চ ৩০ বছৰ।

প্ৰশিক্ষণ প্ৰৱন্ধক চি আৰ টি চি এনঃ সৰ্বোচ্চ ৪৫ বছৰ।

প্ৰশিক্ষণ প্ৰৱন্ধক (কাৰিকৰী)ঃ এম টেক।

প্ৰশিক্ষণ প্ৰৱন্ধক ( প্ৰশাসন আৰু গণনা)ঃ ৩৫ বছৰ।

মাল্টি টাস্কিং কৰ্মচাৰীঃ ৩০ বছৰ।


আবেদনৰ নিয়মঃ

অফিচিয়েল ৱেবছাইটটো চাওক @ nirdpr.org.in চাওক।

আৰু আপুনি আবেদন কৰিব লগা নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক।

সহকৰ্মী চাকৰিৰ অধিসূচনা খোলক আৰু যোগ্যতা পৰীক্ষা কৰক।

আবেদন প্ৰপত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু আবেদন প্ৰপত্ৰখন অন্তিম তাৰিখৰ ভিতৰত প্ৰেৰণ কৰক (২৬-জানুৱাৰী-২০২২)।




আৰু চাব পাৰে :যাদৱপুৰ বিশ্ববিদ্যালয় নিযুক্তি ২০২২ - জুনিয়ৰ ৰিচাৰ্চ ফেলো খালী পদ


Next Story
চাকৰি