Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত পদখালী

প্ৰা্থীয়ে এই পদৰ দৰম্হা, অৰ্হতা, বয়স আদিৰ বিষয়ে তলত চাব পাৰেঃ

ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Oct 2021 11:34 AM GMT

ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান- ভাৰত চৰকাৰৰ পৰমাণু শক্তি বিভাগে ওড়িছাৰ খুৰ্দাৰ জয়ন্তীয়াত প্ৰতিষ্ঠা কৰা বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান বিজ্ঞানৰ আগশাৰীৰ গৱেষণাৰ সৈতে জ়ড়িত। ইয়াৰ চৌহদে তিনিশ একৰ ভূমি আগুৰি আছে। এই প্ৰতিষ্ঠানে গণনাৰ উপ-নিয়ন্ত্ৰক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

প্ৰা্থীয়ে এই পদৰ দৰম্হা, অৰ্হতা, বয়স আদিৰ বিষয়ে তলত চাব পাৰেঃ


ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদৰ চাকৰিৰ খালী পদ

চাকৰিৰ বিৱৰণ

প্ৰয়োজনীয়তাৰ বিৱৰণ

পদৰ নাম

গণনাৰ উপ-নিয়ন্ত্ৰক (Deputy Controller of Accounts)।

খালী পদ

০১টা।

বয়স

৪৫ বছৰ

দৰমহা

৬৭,৭০০ টকাৰ পৰা ২,০৮,৭০০টকা।

নিযুক্তিৰ স্থান

সমগ্ৰ ভাৰতত

আবেদনৰ অন্তিম তাৰিখ

২০-১২-২০২১।

আবেদন প্ৰক্ৰিয়া

অনলাইন-অফলাইন।

ৱেবছাইট

niser.ac.in

শিক্ষাগত অৰ্হতা প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা সংশ্লিষ্ট ক্ষেত্ৰৰ স্পেচিয়েলাইজেচনলৈ ন্যূনতম ৫৫ শতাংশ নম্বৰসহ চি এ/ আই চি ডব্লিউ এ / স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব।

NISERৰ ৱেবছাইট niser.ac.in-ত ২১-১০-২০২১ ৰ পৰা ২০২১ৰ ২০ ডিচেম্বৰলৈ আবেদন জনাব পাৰিব।



সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক ।


Next Story
চাকৰি