Begin typing your search above and press return to search.
NISG গুৱাহাটীত প্ৰকল্প প্ৰৱন্ধকৰ পদখালী
এন.আই.এছ.জি. পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-

নেচনেল ইনষ্টিটিউট ফৰ স্মাৰ্ট গভৰ্ণমেণ্টে অনলাইন মোডৰ জৰিয়তে ১ টা পদ পূৰণ কৰিবলৈ এটা চাকৰিৰ জাননী প্ৰকাশ কৰিছে।
পদৰ নাম -প্ৰকল্প মেনেজাৰ ।
খালী পদ-১ টা ।
দৰমহা উল্লেখ কৰা হোৱা নাই ।
বয়স-৫০ বছৰ ।
আবেদন প্ৰক্ৰিয়া- অনলাইন
আবেদনৰ অন্তিম তাৰিখ- ১৮/১০/২০২১
স্থান- গুৱাহাটী, অসম ।
ৱেবছাইট- https://www.nisg.org/
শিক্ষাগত অৰ্হতা-M.E/M.Tech, MBA/PGDM, MCA
নিম্নতম ৫ বছৰৰ কামৰ অভিজ্ঞতা ।
আবেদনৰ প্ৰক্ৰিয়া-nisg.org ৱেবচাইটত আবেদন কৰিব লাগিব ।
বাছনি প্ৰক্ৰিয়া-সাক্ষাৎকাৰ ।
Next Story