NISG Guwahatiত ছিনিয়ৰ কনছালটেণ্টৰ পদখালী

নেচনেল ইনষ্টিটিউট অৱ স্মাৰ্ট গুৱাহাটীয়ে ছিনিয়ৰ কনছালটেণ্ট পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
NISG Guwahatiত ছিনিয়ৰ কনছালটেণ্টৰ পদখালী
Published on

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী বি ই / বিটেক / এম চি এ অথবা একেক্ষেত্ৰত সমপৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰা হব লাগিব। তদুপৰি আই টি প্ৰকল্পত ন্যূনতম ১০ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। ইয়াৰে দুবছৰৰ অভিজ্ঞতা বৃহত আই টি / e-Governance প্ৰকল্পৰ কামৰ হব লাগিব। . Analytics/AI/ML/Data Science-ত ন্যূনতম এবছৰৰ কৰ্ম-অভিজ্ঞতা আদি থাকিব লাগিব।

দৰমহাঃ বছৰি ১১,০০,০০০ টকাৰ পৰা ১৯,০০,০০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৬-২০২১।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

ৱেবছাইটঃ nisg.org।

আবেদনৰ নিয়মঃ প্ৰাৰ্থীয়ে NISG অফিচিয়েল ৱেবছাইট nisg.org-ৰ পৰা আবেদন জনাব পাৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com