Begin typing your search above and press return to search.

নেচনেল ইনষ্টিটিউট অৱ টেকন'লজী, অৰুণাচল প্ৰদেশত পদখালী

নেচনেল ইনষ্টিটিউট অৱ টেকন'লজী, অৰুণাচল প্ৰদেশত, জুনিয়ৰ ৰিচাৰ্ছ ফেলোৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

নেচনেল ইনষ্টিটিউট অৱ টেকনলজী, অৰুণাচল প্ৰদেশত পদখালী

RaktimBy : Raktim

  |  19 Aug 2021 10:36 AM GMT

নেচনেল ইনষ্টিটিউট অৱ টেকন'লজী, অৰুণাচল প্ৰদেশত, জুনিয়ৰ ৰিচাৰ্ছ ফেলোৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ বিষয়, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : জুনিয়ৰ ৰিচাৰ্ছ ফেলো।

পদ : ০১

দৰমহা : ৩১, ০০০ ( মাহিলী)

ঠিকনা : পৰম পুৰা, অৰুণাচল প্ৰদেশ

অন্তিম তাৰিখ : ৩০/০৮/২০২১

শিক্ষাগত অৰ্হতা : • ECE/ CSE বিভাগত BE/ B Tech উত্তীৰ্ণ হ'ব লাগিব, লগতে প্ৰমাণিত GATE/ NET ৰ সাফল্যাংক থাকিব লাগিব আৰু ইয়াৰ নূন্যতম CGPA হ'ব লাগিব ৭.০, ১০ৰ ভিতৰত আৰু সংখ্যাত ৭০%।

• ECE/ CSE বিভাগত MTech/ ME উত্তীৰ্ণ হ'ব লাগিব, লগতে পঢ়ি থকা অৱস্থাত GATEAIET অৰ্হতা প্ৰাপ্ত হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থিয়ে নিজৰ আবেদন পত্ৰ www.nitap.ac.in ৱেবচাইটটোৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আবেদন সম্পূৰ্ণ ভাৱে পুৰাই দৰকাৰী নথিপত্ৰৰ সৈতে ডাঃ যাং চাৰিঙৰ মেইলত ৩০ আগষ্ট ২০২১ত, আবেলি ৫বজাৰ আগত পঠিয়াব লাগিব। স্বৰ্টলিষ্টেদ প্ৰাৰ্থী সমূহক ২ ছেপ্টেম্বৰ তাৰিখে সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনোৱা হ'ব।

মনত ৰাখিব যে মেইলৰ বিষয়ত " JRF application for project no. ECE/PNS/02/20201SERB" লিখা থাকিব লাগিব।

মেইল : vs.nitap@gmail.com

Next Story
চাকৰি