ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মেঘালয়ত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'লঃ
ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মেঘালয়ত পদখালী
Published on: 

ৰাষ্ট্ৰীয় প্ৰযুক্তবিদ্যা প্ৰতিষ্ঠান, মেঘালয়ত জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ খালী পদত নিয়োগৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : জুনিয়ৰ ৰিচাৰ্ছ ফেল' ।

খালী পদৰ সংখ্যা : ০১টা

অৱস্থান : শ্বিলং, মেঘালয় ।

দৰমহা : ৩১,০০০টকা ( মাহিলী)

অন্তিম তাৰিখ : ০৪/১০/২০২১

শিক্ষাগত অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী অণুবিদ্যুৎ আৰু যোগাযোগ বিষয়ত B.Tech/M.E./M.Tech কৰা হ'ব লাগিব নতুবা প্ৰয়োজনীয় উদ্দীপন আৰু গৱেষণামূলক কামসমূহ নিয়াৰিকৈ পালন কৰিব পৰাকৈ কোনো পৰ্যায়ৰ ডিগ্ৰীৰ অধিকাৰী হ'ব লাগিব।

কৰ্ম অভিজ্ঞতা :

চিগনেল প্ৰক্ৰিয়াকৰণ, সম্ভাৱনা তত্ব আৰু ৰৈখিক বীজগণিতৰ জ্ঞান থকা লোকক প্ৰাধান্য দিয়া হ'ব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ, নিজ স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰ সহ নিম্নোক্ত ই- মেইল লৈ প্ৰেৰণ কৰিব লাগিব।

মেইল : chvramarao@nitm.ac.in

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

তাৰিখ : ৫ অক্টোবৰ ২০২১

সময় : পুৱা ১০বজাৰ পৰা

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com