Begin typing your search above and press return to search.

এনআইটি নগালেণ্ডত নিযুক্তি, জুনিয়ৰ প্ৰজেক্ট ফেল'ৰ পদ খালী

চাকৰি প্ৰত্যাশীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদি সকলো তথ্য জানিব পাৰিব :

এনআইটি নগালেণ্ডত নিযুক্তি, জুনিয়ৰ প্ৰজেক্ট ফেলৰ পদ খালী

RaktimBy : Raktim

  |  18 Aug 2021 10:30 AM GMT

নেচনেল ইনষ্টিটিউট অৱ টেকন'লজী (এনআইটি) নগালেণ্ডে জুনিয়ৰ প্ৰজেক্ট ফেল' নিযুক্তিৰ বাবে আবেদন বিচাৰিছে । চাকৰি প্ৰত্যাশীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদি সকলো তথ্য জানিব পাৰিব :

পদৰ নাম- জুনিয়ৰ প্ৰজেক্ট ফেল' ।

খালী পদ-১ টা ।

নিযুক্তিৰ স্থান -নগালেণ্ড ।

দৰমহা -১৪,০০০/- টকা ।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ২২/০৮/২০২১ ।

বয়সৰ উচ্চ সীমা-২৮ বছৰ ।

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থী যিকোনো স্বীকৃতিপ্ৰাপ্ত ব'ৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব ।

আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে সকলো প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে ২২ আগষ্ট ২০২১ তাৰিখে বা তাৰ আগতে ই-মেইল আইডি, bappipaulnits@gmail.com, rajagopal.kumar4@gmail.com তেওঁলোকৰ আবেদন নিৰ্ধাৰিত ফৰ্মেটত প্ৰেৰণ কৰিব পাৰিব ।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি