Begin typing your search above and press return to search.

নেচনেল ইনষ্টিটিউট অৱ টেকন'লজী, নগালেণ্ডত পদখালী

নেচনেল ইনষ্টিটিউট অৱ টেকন'লজী, নগালেণ্ডত কনিষ্ঠ প্ৰকল্প ফেলোৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

নেচনেল ইনষ্টিটিউট অৱ টেকনলজী, নগালেণ্ডত পদখালী

RaktimBy : Raktim

  |  19 Aug 2021 7:48 AM GMT

নেচনেল ইনষ্টিটিউট অৱ টেকন'লজী, নগালেণ্ডত কনিষ্ঠ প্ৰকল্প ফেলোৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ বিষয়, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : কনিষ্ঠ প্ৰকল্প ফেলো।

পদ : ০১

দৰমহা : ১৪,০০০ ( মাহিলী)

ঠিকনা : গালেণ্ড, ভাৰত

বয়স : ২৮ বছৰ

অন্তিম তাৰিখ : ২২/০৮/২০২১

শিক্ষাগত অৰ্হতা : এই পদৰ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হোৱাটো বাধ্যতামূলক।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থিয়ে নিজৰ আবেদন পত্ৰ ই - মেইল যোগে অন্তিম তাৰিখ ২২ আগষ্ট ২০২১ৰ আগত দাখিল কৰিব পৰিব।

মেইল : bappipaulnits@gmail.com

rajagopal.kumar4@gmail.com

Next Story
চাকৰি