Begin typing your search above and press return to search.
এন আই টি শিলচৰত জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ পদখালী
এই মকৰল ইলেকট্ৰনিকছ এণ্ড কমিউনিকেচন ইঞ্জিনীয়াৰিং বিভাগত হব।

নেচনেল ইনষ্টিটিউট অৱ টেকনোলজী শিলচৰে জুনিয়ৰ ৰিচাৰ্ছ ফেল' মকৰলৰ বাবে আবেদন বিচাৰিছে।
খালী পদৰ সংখ্যাঃ ০১টা।
বয়সৰ সীমাঃ ৩২ বছৰ।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৯-২০২১।
নিযুক্তিৰ স্থানঃ শিলচৰ, অসম।
ই-মেইলঃ prabina@ece.nits.ac.in।
শিক্ষাগত অৰ্হতাঃ ইলেক্ট্ৰনিকচ এণ্ড কমিউনিকেচন ইঞ্জিনায়াৰিং / ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰিং / কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনীয়াৰিঙত প্ৰথম শ্ৰেণীৰ প্ৰথম শ্ৰেণীৰ এম ই বা এম টেক বা সম-পৰ্যায়ৰ শিক্ষা।
"Application for the post of JRF under the project R-23011/3/2020-R&D বুলি লেফাফাত লিখি আবেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব।
Next Story