Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান শিলচৰত পদখালী

পদৰ বিষয়, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান শিলচৰত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Oct 2021 9:52 AM GMT


ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান শিলচৰত বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগত, DST দ্বাৰা অনুগ্ৰাহ্য কৰা প্ৰকল্প সহকাৰীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : প্ৰকল্প সহকাৰী

পদ : ০১টা

বয়স : ৩৫বছৰ।

অনুসূচীত জনজাতি আৰু জাতি/ OBC/ মহিলা/ PWD/ EWS প্ৰাৰ্থী সকলৰ বাবে চৰকাৰে নিৰ্ধাৰিত কৰা ক্ৰমে বয়সৰ ৰেহাই।

দৰমহা : ২০,০০০ ( মাহিলী)

ঠিকনা : শিলচৰ, অসম

অন্তিম তাৰিখ : ২৮/১০/২০২১

আবেদন প্ৰক্ৰিয়া : ইমেইল

সময় সীমা : ৪২মাহ (সময় সীমাৰ সম্প্ৰসাৰণ প্ৰাৰ্থীৰ দক্ষতা উপৰত নিৰ্ধাৰিত)

মেইল : asharani@ee.nits.ac.in

শিক্ষাগত অৰ্হতা :

• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰপৰা বৈদ্যুতিক বিভাগত ৩বছৰীয়া ডিপ্লোমা/ B. Tech বা সমতুল্য ডিগ্ৰীধাৰী হ'ব লাগিব।

• B. Tech ডিগ্ৰী আৰু হাৰ্ডৱেৰ/ গৱেষণা সম্বন্ধীয় কামত অভিজ্ঞতা থকা সকলক প্ৰাধান্য দিয়া হ'ব।

• শৈশিক জীৱনত ফাৰ্ষ্ট ক্লাছ পোৱা সকলক প্ৰাধান্য দিয়া হ'ব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থিয়ে নিজৰ বায়ডাটা আৰু প্ৰয়োজনীয় নথি পত্ৰ, PI বিভাগলৈ মেইল যোগে প্ৰেৰণ কৰিব লাগিব।

মেইল : asharani@ee.nits.ac.in

ঠিকনা : ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান, শিলচৰ, অসম - ৭৮৮০১০ (ভাৰত)।

বাছনি প্ৰক্ৰিয়া :

• সাক্ষাৎকাৰ

• স্ক্ৰীনিঙৰ ওপৰত ভিত্তি কৰি উপস্থিত প্ৰাৰ্থীক নিষিদ্ধ কৰাৰ সম্পূৰ্ণ অধিকাৰ অনুষ্ঠানৰ হাতত থাকিব।

• উপযুক্ত প্ৰাৰ্থী বাছনি কৰিব নোৱাৰিলে কোনো প্ৰাৰ্থীক যোগদান কৰিবলৈ দিয়া নহ'ব।


সবিশেষ জানিবলৈ ইযাত ক্লিক কৰক।

Next Story
চাকৰি