NITশিলচৰত প্ৰকল্প সহযোগীৰ প্ৰয়োজন

NIT শিলচৰত নিম্নোক্ত পদত নিয়োগৰ বাবে আবেদন বিচৰা হৈছে ৷
NITশিলচৰত প্ৰকল্প সহযোগীৰ প্ৰয়োজন

NIT শিলচৰত নিম্নোক্ত পদত নিয়োগৰ বাবে আবেদন বিচৰা হৈছে ৷

পদঃ প্ৰকল্প সহযোগী ৷

খালী পদৰ সংখ্যাঃ দুটা ৷

বয়সৰ সীমাঃ ৩৫বছৰ ৷

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত বৈদ্যুতিক/ইলেক্ট্ৰ'নিক্স ইঞ্জিনীয়াৰিঙৰ বি টেক/বি ই ডিগ্ৰীধাৰী হ'ব লাগিব ৷

অভিজ্ঞতাঃ সংশ্লিষ্ট ক্ষেত্ৰৰ কামৰ অভিজ্ঞতা থাকিব লাগিব ৷

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ অহা ১৫জুন ৷ প্ৰয়োজনীয় সকলো নথি-পত্ৰসহ আবেদন amritesh.nits@gmail.comলৈ প্ৰেৰণ কৰিব পাৰে ৷

সবিশেষ জানিবলৈ www.nits.ac.inচাওক ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com