ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ত্ৰিপুৰাত পদখালী
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'লঃ

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ত্ৰিপুৰাত উপ-গ্ৰন্থগাৰিকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ নাম : উপ গ্ৰন্থাগাৰিক
খালী পদৰ সংখ্যা : ০১টা
বয়স : অধিকতম ৫০বছৰ
অৱস্থান : আগৰতলা, ত্ৰিপুৰা
অন্তিম তাৰিখ : ৩০/০৯/২০২১
শিক্ষাগত অৰ্হতা :
• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী ৬০% নম্বৰ সহ গ্ৰন্থাগাৰ বিজ্ঞান/ জ্ঞান বিজ্ঞান/ আলেখ্যন বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব।
• UGC বা অন্য কোনো অনুষ্ঠানৰ দ্বাৰা অনুষ্ঠিত কৰা NET/ SLET/ SET পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব।
কৰ্ম অভিজ্ঞতা :
সহকাৰী বিশ্ববিদ্যলয়ৰ গ্ৰন্থাগাৰিক নতুবা মহাবিদ্যালয় গ্ৰন্থাগাৰিক হিচাপে GP ৫,৪০০টকা বা ওপৰত ৫বছৰীয়া কৰ্ম অভিজ্ঞতা থাকিব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া :
ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ অনলাইন যোগে দাখিল কৰিব লাগিব।