Begin typing your search above and press return to search.

সঞ্চালক প্ৰধান নিযুক্তিৰ বাবে নিটি আয়োগৰ আবেদন আহ্বান

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

সঞ্চালক প্ৰধান নিযুক্তিৰ বাবে নিটি আয়োগৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Jan 2022 12:47 PM GMT

নিটি আয়োগৰ বিষয়েঃ

নিটি আয়োগ হৈছে ভাৰত চৰকাৰৰ আগশাৰীৰ নীতি বিশেষজ্ঞ সংস্থা। এই সংস্থাই নীতিৰ ক্ষেত্ৰত দিহা-পৰামৰ্শ আগবঢ়ায়। ভাৰত চৰকাৰৰ বাবে দীৰ্ঘম্যাদী নীতি আৰু কৰ্মসূচী প্ৰস্তুত কৰাৰ উপৰি নিটি আয়োগে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰসমূহ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ প্ৰশাসনৰ বাবে প্ৰাসংসিক কাৰিকৰী পৰামৰ্শ আগবঢ়ায়।

নিটি আয়োগে সঞ্চালকপ্ৰধানৰ পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে। এই নিযুক্তি দিল্লীত হব। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

নিটি আয়োগৰ নিযুক্তি ২০২২ঃ

নিটি আয়োগে সঞ্চালক প্ৰধান নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

সঞ্চালক প্ৰধান

খালী পদৰ সংখ্যা

নিৰ্দিষ্টকৈ উল্লেখ নাই।

বয়সৰ সীমা

৪৮ বছৰৰ পৰা ৫৮ বছৰ।

দৰমহা

১, ৮২, ২০০ টকাৰ পৰা ২, ২৪, ১০০ টকা।

চাকৰিৰ স্থান

দিল্লী।

আবেদনৰ অন্তিম তাৰিখ

০৩-০৩-২০২২।

আবেদনৰ মাচুল

তথ্য উপলব্ধ নহয়।



ৱেবছাইট

niti.gov.in

শিক্ষাগত অৰ্হতা আৰু যোগ্যতা:

স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা এম বি বি এছ বা অভিযান্ত্ৰিক বা যিকোনো শাখাৰ স্নাতকোত্তৰ ডিগ্ৰী বা প্ৰযুক্তিবিদ্যাৰ ডিগ্ৰীধাৰী হব লাগিব।


আবেদন প্ৰক্ৰিয়াঃ

আগ্ৰহী প্ৰাৰ্থীসকলে অহা niti.gov.in-ৰ পৰা আবেদন জনাব পাৰিব।

কাৰ্যালয়ৰ ঠিকনাঃ Address: The Under Secretary (Admn.-lA), NITI Aayog, Room No.418, NITI Bhavan, Sansad Marg, New Delhi-110001।


সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী নিযুক্তি দিয়া হব। Selection Process for Director-General Job Vacancy: Selection will be based on Contract/Deputation basis.

https://www.sentinelassam.com/jobs-in-rest-of-india/niti-aayog-new-delhi-director-general-job-vacancy-573084



আৰু চাব পাৰে :NIPER গুৱাহাটী নিযুক্তি ২০২২ - জে.আৰ.এফ., প্ৰকল্প সহায়ক খালী পদ


Next Story
চাকৰি