ৰাষ্ট্ৰীয় যক্ষ্মা আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগ প্ৰতিষ্ঠান (NITRD)ত ক্ষেত্ৰ কৰ্মীৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
ৰাষ্ট্ৰীয় যক্ষ্মা আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগ প্ৰতিষ্ঠান (NITRD)ত  ক্ষেত্ৰ কৰ্মীৰ পদখালী

ৰাষ্ট্ৰীয় যক্ষ্মা আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগ প্ৰতিষ্ঠান (NITRD), ক্ষেত্ৰ কৰ্মীৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : ক্ষেত্ৰ কৰ্মী ।

খালী পদৰ সংখ্যা : ০১টা ৷

অৱস্থান : নতুন দিল্লী

অন্তিম তাৰিখ : ০১/১০/২০২১

ৱেবচাইট-nitrd.nic.in

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা দ্বাদশ উত্তীৰ্ণ হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শিশু ৱাৰ্ডৰ শিশু ৰোগ বিশেষজ্ঞ ডাঃ সংগীতা শৰ্মাৰ তলৰ ঠিকনাত প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে (চৰকাৰী অধিসূচনাত উল্লেখ কৰা অনুসৰি)০১ অক্টোবৰ ২০২১ তাৰিখে ৱাক-ইন-ইণ্টাৰভিউত উপস্থিত হ'ব লাগিব ।

বাছনি প্ৰক্ৰিয়া-প্ৰাৰ্থীসকলৰ বাছনি সাক্ষাৎকাৰত তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত আধাৰিত কৰি কৰা হ'ব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com