Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় নগৰ পৰিক্ৰমা প্ৰতিষ্ঠানত ৰাজ্যিক কৰ্মসূচী বিষয়াৰ পদ খালী

ৰাষ্ট্ৰীয় নগৰ পৰিক্ৰমা প্ৰতিষ্ঠান NIUA)-এ ৰাজ্যিক কৰ্মসূচী বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ৰাষ্ট্ৰীয় নগৰ পৰিক্ৰমা প্ৰতিষ্ঠানত ৰাজ্যিক কৰ্মসূচী বিষয়াৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Jan 2022 12:03 PM GMT


ৰাষ্ট্ৰীয় নগৰ পৰিক্ৰমা প্ৰতিষ্ঠান NIUA)-ৰ বিষয়েঃ

ৰাষ্ট্ৰীয় নগৰ পৰিক্ৰমা প্ৰতিষ্ঠান হৈছে নগৰৰ উন্নয়ন আৰু ব্যৱস্থাপনাৰ গৱেষণা, প্ৰশিক্ষণ আৰু তথ্য প্ৰচাৰৰ প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। এই প্ৰতিষ্ঠান ১৯৭৬-ত প্ৰতিষ্ঠা কৰা হয়। এই প্ৰতিষ্ঠান হৈছে ছচাইটী পঞ্জীয়ন আইনৰ অধীনৰ এটা স্বতন্ত্ৰৰীয়া প্ৰতিষ্ঠান। ভাৰত চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰালয়, বিভিন্ন ৰাজ্য চৰকাৰ, নগৰ আৰু আঞ্চলিক উন্নয়ন কৰ্তৃপক্ষসমূহ আৰু অন্যান্য সংস্থাই এই প্ৰতিষ্ঠানক সহায় কৰে।

ৰাষ্ট্ৰীয় নগৰ পৰিক্ৰমা প্ৰতিষ্ঠান NIUA)-ৰ অধ্যক্ষক ভাৰত চৰকাৰে নিযুক্তি দিয়ে। ইয়াৰ দুজন উপাধ্যক্ষ আৰু তিনিজন অধ্যক্ষ থাকে।


ৰাষ্ট্ৰীয় নগৰ পৰিক্ৰমা প্ৰতিষ্ঠান NIUA)-ৰ নিযুক্তি-২০২২ঃ

ৰাষ্ট্ৰীয় নগৰ পৰিক্ৰমা প্ৰতিষ্ঠান NIUA)-এ ৰাজ্যিক কৰ্মসূচী বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য় পাবঃ


প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

ৰাজ্যিক কৰ্মসূচী বিষয়া।

খালী পদৰ সংখ্যা

০২ টা।

বয়সৰ সীমা

২০-১২-২০২১-ত সৰ্বোচ্চ ৪০ বছৰ।

দৰমহা

নিয়ম অনুসৰি।

চাকৰিৰ স্থান

দিল্লী।

আবেদনৰ অন্তিম তাৰিখ

২৬ জানুৱাৰী, ২০২২।

আবেদনৰ মাচুল

মাচুল নাই।



ৱেবছাইট

niua.org,

শিক্ষাগত অৰ্হতা আৰু যোগ্যতা:

স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা নগৰ পৰিক্লপনা, নগৰ ব্যৱস্থাপনা, অৰ্থনীতি, ৰাজহুৱা নীতি, শিক্ষণ আৰু উন্নয়ন, মানৱ সম্পদ উন্নয়নৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব।

অভিজ্ঞতাঃ সংশ্লিষ্ট ক্ষেত্ৰত প্ৰাৰ্থীৰ ন্যূনতম ৩ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।


আবেদন প্ৰক্ৰিয়াঃ

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২৬ জানুৱাৰীলৈকে niua.org-ৰ পৰা আবেদন জনাব পাৰে।




আৰু চাব পাৰে :NIPER গুৱাহাটী নিযুক্তি ২০২২ - জে.আৰ.এফ., প্ৰকল্প সহায়ক খালী পদ


Next Story
চাকৰি