পৰিসংখ্যাবিদ নিয়ুক্তিৰ বাবে উত্তৰ-পূব পৰিষদৰ আবেদন আহ্বান

উত্তৰ-পূব পৰিষদে পৰিসংখ্যাবিদ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
পৰিসংখ্যাবিদ নিয়ুক্তিৰ বাবে উত্তৰ-পূব পৰিষদৰ আবেদন আহ্বান
Published on

খালী পদৰ সংখ্যাঃ ০১টা।

বয়সৰ সীমাঃ ৫৬ বছৰ।

নিযুক্তিৰ স্থানঃ শ্বিলং, মেঘালয়।

আবেদন প্ৰক্ৰিয়াঃ অনলাইন বা অফলাইন।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২২-০৮-২০২১।

ৱেবছাইটঃhttp://necouncil.gov.in/vacancy।

চাকৰিৰ প্ৰকৃতিঃ ডেপুটেচন ভিত্তিত।

অৰ্হতাঃ প্ৰাৰ্থী পৰিসংখ্যা বিজ্ঞান বা অপাৰেচনছ ৰিচাৰ্ছৰ বা গণিত বাণিজ্য বা পৰিসংখ্যা বিজ্ঞানসহ অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। তদুপৰি প্ৰাৰ্থী কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ বা কেন্দ্ৰীয়শাসিত প্ৰশাসনৰ অধীনৰ বিষয়া হব লাগিব। পেৰেণ্ট কেডাৰ বা বিভাগত সম-পৰ্যায়ৰ পদত কাৰ্যনিৰ্বাহ কৰি থকা হব লাগিব।

আবেদনৰ নিয়মঃ http://necouncil.gov.in.চাওক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com