Begin typing your search above and press return to search.
উত্তৰ-পূব পৰিষদ শ্বিলঙত নিযুক্তি ২০২১ - ০১, গৱেষণা বিষয়াৰ পদ খালী
উত্তৰ-পূব পৰিষদে গৱেষণা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷ পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত উল্লেখ কৰা হৈছে:-

By :
পদৰ নাম -গৱেষণা বিষয়াৰ পদ ।
দৰমহা- ৮,০০০– ১৩,৫০০/- টকা ।
বয়স -৫৬ বছৰ ।
ঠিকনা- শ্বিলং, মেঘালয় ।
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ০৩/১০/২০২১ ।
আবেদন প্ৰক্ৰিয়া-অফলাইন ।
ৱেবছাইট- necouncil.gov.in
শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীগৰাকী যিকোনো স্বীকৃতিপ্ৰাপ্ত বংৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰীধাৰী হ'ব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া-
প্ৰাৰ্থীয়ে আবেদন প্ৰ-পত্ৰ প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে এনইচি বিল্ডিং, নেক সচিবালয়, গ্ৰাউণ্ড ফ্লোৰ, পূব খাচী পাহাৰ, ননগ্ৰীম পাহাৰ, শ্বিলং, মেঘালয়, পিন নাম্বাৰ -৭৯৩০০৩ লৈ প্ৰেৰণ কৰিব লাগিব।
Next Story