জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠানত পদখালী

উত্তৰ-পূব জল আৰু ভূমি ব্যৱস্থাপনা কৰ্তৃপক্ষ(NERIWALM)-ত গাণনিক বিষয়া নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।
জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠানত পদখালী
Published on: 

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ ৫৩,১০০ টকাৰ পৰা ১,৬৭,৮০০টকা।

বয়সৰ সীমাঃ ৫৬বছৰতকৈ অধিক হব নালাগিব।

নিযুক্তিৰ স্থানঃ তেজপুৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-১০-২০২০।

আবেদনৰ নিয়মঃ আনুসংগিক নথিপত্ৰৰ প্ৰতিলিপিসহ আবেদন পত্ৰ অহা ৩১ অক্টোবৰৰ ভিতৰত পোৱাকৈ "Director, NERIWALM, Dolabari, Tezpur, P.O.- Kaliabhomora-784027 (Assam-লৈ প্ৰেৰণ কৰিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com