নৰ্থ লক্ষিমপুৰ মহাবিদ্যালয়ত নিযুক্তি ২০২০

নৰ্থ লক্ষিমপুৰ মহাবিদ্যালয়ত নিযুক্তি ২০২০
Published on: 

নৰ্থ লক্ষিমপুৰ মহাবিদ্যালয়ত নিযুক্তি ২০২০

নৰ্থ লক্ষিমপুৰ মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ খালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা কলেজ কৰ্তৃপক্ষই আবেদন বিচাৰিছে।

পদৰ নাম: সহকাৰী অধ্যাপক(অসমীয়া, পদাৰ্থ বিজ্ঞান)

পদৰ সংখ্যা: ০২

বয়স: ৩৮ বছৰ

আবেদনৰ শেষ তাৰিখ: ১৩/০৩/২০২০

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহ . সৈতে ২৫০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে the Principal, North Kamrup College payable at Assam Gramin Vikash Bank, Pathsala Branch should reach the Principal & Secretary, North Kamrup College ঠিকনাত বিজ্ঞাপন প্ৰকাশৰ ১৫(২৬/০২/২০২০) দিনৰ ভিতৰত পঠিয়াব লাগিব।

সৱিশেষ জানিবলৈ: Click here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com