Begin typing your search above and press return to search.

উত্তৰ লখিমপুৰ কলেজত সহকাৰী অধ্যাপক নিযুক্তি

উত্তৰ লখিমপুৰ কলেজে সহকাৰী অধ্যাপক(ইলেক্ট্ৰ'নিক্স) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

উত্তৰ লখিমপুৰ কলেজত সহকাৰী অধ্যাপক নিযুক্তি

RaktimBy : Raktim

  |  9 July 2020 3:18 PM GMT

খালী পদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ২০২০ৰ ১ জানুৱাৰীত ৩৮বছৰতকৈ অধিক হ'ব নালাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়সৰ উৰ্ধসীমাৰ ক্ষেত্ৰত ৰেহাই পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৮-০৭-২০২০ৰ পৰা ১৫ দিনৰ ভিতৰত।

সবিশেষ জানিবলৈ https://nlc.ac.in/cms/ চাওক।

Next Story
চাকৰি