Begin typing your search above and press return to search.

উত্তৰ মণ্ডল কয়লা ক্ষেত্ৰত ভিন্ন ধৰণৰ পদখালী

উত্তৰ মণ্ডল কয়লাক্ষেত্ৰ লিমিটেডে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

উত্তৰ মণ্ডল কয়লা ক্ষেত্ৰত ভিন্ন ধৰণৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Jun 2021 12:46 PM GMT

পদসমূহঃ

ৱেল্ডাৰ, খালী পদৰ সংখ্যাঃ ১০০টা।

শিক্ষাগত অৰ্হতাঃ অষ্টম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে আই টি আই( ৱেল্ডাৰ) চাৰ্টিফিকেট থাকিব লাগিব।

ফিটাৰ, খালী পদৰ সংখ্যাঃ ৮০০টা।

শিক্ষাগত অৰ্হতাঃ দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে আই টি আই(ফিটাৰ) হব লাগিব।

ইলেক্টিচিয়ান, খালী পদৰ সংখ্যাঃ ৫০০টা।

শিক্ষাগত অৰ্হতাঃ দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে আই টি আই ( ইলেক্ট্ৰিচিয়ান) হব লাগিব।

মটৰ মেকানিক, খালী পদৰ সংখ্যাঃ ১০০টা।

শিক্ষাগত অৰ্হতাঃ দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে আই টি আই (মটৰ মেকানিক) হব লাগিব ।

আবেদন প্ৰক্ৰিয়াঃ অনলাইন।

বয়সৰ সীমাঃ ১৬ ৰ পৰা ২৪ বছৰৰ ভিতৰত। অৱশ্যে এছ চি-এছ টি, অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়মানুসৰি বয়স ৰেহাই পাব ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৯-০৭-২০২১।

ৱেবছাইটঃ www.nclcil.in

আবেদনৰ নিয়মঃ আবেদন জনাবলৈ www.nclcil.in চাওক। এই ৱেবছাইটৰ Career tabৰ তলত থকা On-line Recruitment-ত ক্লিক কৰক আৰু "NCL Online Applications for Apprenticeship Training 2021-22"-ৰ জৰিয়তে আবেদন জনাওক।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ পৰীক্ষা/সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি