এন পি চিচি লিমিটেড গুৱাহাটীত অভিযন্তাৰ প্ৰয়োজন

ৰাষ্ট্ৰীয় প্ৰকল্প নিৰ্মাণ নিগম লিমিটেড (NPCC)গুৱাহাটীয়ে নিম্নোক্ত অভিযন্তা পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
এন পি চিচি লিমিটেড গুৱাহাটীত অভিযন্তাৰ প্ৰয়োজন
Published on

পদসমূহঃ

ক্ষেত্ৰ অভিযন্তা(চিভিল), খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ এ আই চিটিই অনুমোদিত প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানৰ পৰা প্ৰাৰ্থীয়ে ন্যূনতম ৬০ শতাংশ নম্বৰসহ চিভিল ইঞ্জিনীয়াৰিঙৰ বি ই/ বি টেক হব লাগিব। লগতে NHAI/NHIDCL ৰ অধীনত বা পাহাৰীয়া পথ নিৰ্মাণ প্ৰকল্পৰ কামত ন্যূনতম এবছৰৰ অভিজ্ঞতা থাকিব লাগিব।

ক্ষেত্ৰ অভিযন্তা( বৈদ্যুতিক)

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ এ আই চিটিই অনুমোদিত প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানৰ পৰা প্ৰাৰ্থীয়ে ন্যূনতম ৬০ শতাংশ নম্বৰসহ চিভিল ইঞ্জিনীয়াৰিঙৰ বি ই/ বি টেক হব লাগিব। লগতে সংশ্লিষ্ট কামত ন্যূনতম এবছৰৰ কৰ্মঃঅভিজ্ঞতা থাকিব লাগিব।

কাৰ্যালয়ৰ ঠিকনাঃ Address: NPCC Limited, North-East Zonal Office, House No. 10, Housing Colony, Rangamancha Path, Rukmininagar, Guwahati-781006.।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৯-০৭-২০২১।

দৰমহাঃ ৩৩,৭৫০টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

বয়সৰ সীমা- ৪০ বছৰ। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com