নুমলিগড় শোধনাগাৰত ৬০ টা প্ৰশিক্ষাৰ্থীৰ পদখালী

নুমলিগড় শোধনাগাৰত ৬০ টা প্ৰশিক্ষাৰ্থীৰ পদখালী

ইচ্ছুক প্ৰাৰ্থী সকলে www.nrl.co.in কেৰিয়াৰ পর্টেল যোগে অনলাইন আবেদন কৰিব পাৰিব।
Published on

নুমলিগড় শোধনাগাৰ নিযুক্তি ২০২১ অধিসূচনা :

নুমলিগড় শোধনাগাৰে প্ৰশিক্ষাৰ্থী অধিনিয়ম ১৯৬১ৰ অধীনত বিভিন্ন বিভাগত ৬০গৰাকী প্ৰশিক্ষাৰ্থীৰ নিযুক্তিৰ বাবে পদৰ বিজ্ঞাপন মুকলি কৰিছে। ইচ্ছুক প্ৰাৰ্থী সকলে www.nrl.co.in কেৰিয়াৰ পর্টেল যোগে অনলাইন আবেদন কৰিব পাৰিব।

নিযুক্তি কৰ্তৃপক্ষ : নুমলিগড় শোধনাগাৰ

আবেদন প্ৰক্ৰিয়া : অনলাইন

আবেদনৰ অন্তিম তাৰিখ : ০৭/১১/২০২১

পদৰ নাম : প্ৰশিক্ষাৰ্থী

খালী পদৰ সংখ্যা : ৬০

বিভাগ অনুসৰি খালী পদ :

• চিভিল ইঞ্জিনীয়াৰিং ডিপ্লোমা : ১০

• মেকানিকেল ইঞ্জিনীয়াৰিং ডিপ্লোমা : ০৮

• ইনষ্ট্ৰুমেণ্টেচন ইঞ্জিনীয়াৰিং ডিপ্লোমা : ০৭

• ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং ডিপ্লোমা : ০৭

• কেমিকেল ইঞ্জিনীয়াৰিং ডিপ্লোমা : ০৬

• আইন গ্ৰেজুৱেট : ০৩

• খাদ্য আৰু পানীয় সেৱা : ০৬

• বেক্ অফিচ : ১৩

মাহেকীয়া দৰমহা :

• জেনেৰেল ডিগ্ৰী/ ডিপ্লোমা ইঞ্জিনীয়াৰিং : ১৭,০০০/- টকা, মাহিলী

• অন্য ডিপ্লোমা : ১২,২০০/- টকা, মাহিলী

• কেণ্টিন বানচ : ১,৪১৫/- টকা, মাহিলী

বয়স : অধিকতম ৩২বছৰ, ০১/১০/২০২১ৰ মতে ( অনুসূচিত জনজাতি/ জাতিৰ বাবে ০৫বছৰৰ ৰেহাই, অ.বি.চি. প্ৰাৰ্থীৰ বাবে ০৩বছৰৰ ৰেহাই)

শিক্ষাগত অৰ্হতা :

• চিভিল ইঞ্জিনীয়াৰিং ডিপ্লোমা : চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা চিভিল ইঞ্জিনীয়াৰিং বিভাগত নূন্যতম দ্বিতীয় বিভাগত ডিপ্লোমা।

অনুসূচিত জনজাতি/ জাতিৰ বাবে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা চিভিল ইঞ্জিনীয়াৰিং বিভাগত ডিপ্লোমা।

• মেকানিকেল ইঞ্জিনীয়াৰিং ডিপ্লোমা : চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰিং বিভাগত নূন্যতম দ্বিতীয় বিভাগত ডিপ্লোমা।

অনুসূচিত জনজাতি/ জাতিৰ বাবে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰিং বিভাগত ডিপ্লোমা।

• ইনষ্ট্ৰুমেণ্টেচন ইঞ্জিনীয়াৰিং ডিপ্লোমা : চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা ইনষ্ট্ৰুমেণ্টেচন ইঞ্জিনীয়াৰিং বিভাগত নূন্যতম দ্বিতীয় বিভাগত ডিপ্লোমা।

অনুসূচিত জনজাতি/ জাতিৰ বাবে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা ইনষ্ট্ৰুমেণ্টেচন ইঞ্জিনীয়াৰিং বিভাগত ডিপ্লোমা।

• ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং ডিপ্লোমা : চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা ইলেকট্ৰিকেল ইঞ্জিনীয়াৰিং বিভাগত নূন্যতম দ্বিতীয় বিভাগত ডিপ্লোমা।

অনুসূচিত জনজাতি/ জাতিৰ বাবে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা ইলেকট্ৰিকেল ইঞ্জিনীয়াৰিং বিভাগত ডিপ্লোমা।

• আইন গ্ৰেজুৱেট : ৪০% নম্বৰ সহ আইন বিভাগত উত্তীৰ্ণ।

• খাদ্য আৰু পানীয় সেৱা : ৪০% নম্বৰ সহ হোটেল মেনেজমেণ্ট/ হস্পিতালিটি মেনেজমেন্ট/ খাদ্য আৰু পানীয় বিভাগত ডিপ্লোমা।

• বেক্ অফিচ : ৪০% নম্বৰ সহ B.A. বা B. Com ডিগ্ৰীধাৰী।

অনুসূচিত জনজাতি/ জাতিৰ বাবে B.A. বা B. Com উত্তীৰ্ণ।

আবেদন প্ৰক্ৰিয়া : ইচ্ছুক প্ৰাৰ্থী সকলে www.nrl.co.in কেৰিয়াৰ পর্টেল যোগে অনলাইন আবেদন কৰিব পাৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com