Begin typing your search above and press return to search.

এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে নুমলীগড় শোধনাগাৰৰ আবেদন আহ্বান

ইচ্ছুক প্ৰাৰ্থী সকলে www.nrl.co.in কেৰিয়াৰ পর্টেল যোগে অনলাইন আবেদন কৰিব পাৰিব।

এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে নুমলীগড় শোধনাগাৰৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Nov 2021 12:05 PM GMT

নুমলীগড় শোধনাগাৰে প্ৰশিক্ষাৰ্থী অধিনিয়ম ১৯৬১ৰ অধীনত বিভিন্ন বিভাগত ৬০গৰাকী প্ৰশিক্ষাৰ্থীৰ নিযুক্তিৰ বাবে পদৰ বিজ্ঞাপন মুকলি কৰিছে। ইচ্ছুক প্ৰাৰ্থী সকলে www.nrl.co.in কেৰিয়াৰ পর্টেল যোগে অনলাইন আবেদন কৰিব পাৰিব।

নিযুক্তি কৰ্তৃপক্ষ : নুমলীগড় শোধনাগাৰ

আবেদন প্ৰক্ৰিয়া : অনলাইন আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৭/১১/২০২১

পদৰ নাম : প্ৰশিক্ষাৰ্থী

খালী পদৰ সংখ্যা : ৬০ টা।

বিভাগ অনুসৰি খালী পদ : • চিভিল ইঞ্জিনীয়াৰিং ডিপ্লোমা : ১০ •

মেকানিকেল ইঞ্জিনীয়াৰিং ডিপ্লোমা : ০৮ •

ইনষ্ট্ৰুমেণ্টেচন ইঞ্জিনীয়াৰিং ডিপ্লোমা : ০৭ •

ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং ডিপ্লোমা : ০৭ •

কেমিকেল ইঞ্জিনীয়াৰিং ডিপ্লোমা : ০৬ • আইনৰ স্নাতক।
: ০৩ • খাদ্য আৰু পানীয় সেৱা :

০৬ • বেক্ অফিচ : ১৩

দৰমহা : • জেনেৰেল ডিগ্ৰী/ ডিপ্লোমা ইঞ্জিনীয়াৰিং : ১৭,০০০/- টকা (মাহিলী)। •

অন্য ডিপ্লোমা : ১২,২০০/- টকা, মাহিলী •

কেণ্টিন বানচ : ১,৪১৫/- টকা( মাহিলী)।

বয়স : অধিকতম ৩২বছৰ, ০১/১০/২০২১ৰ মতে ( অনুসূচিত জনজাতি/ জাতিৰ বাবে ০৫বছৰৰ ৰেহাই, অ.বি.চি. প্ৰাৰ্থীৰ বাবে ০৩বছৰৰ ৰেহাই)।

শিক্ষাগত অৰ্হতা : • চিভিল ইঞ্জিনীয়াৰিং ডিপ্লোমা : চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা চিভিল ইঞ্জিনীয়াৰিং বিভাগত নূন্যতম দ্বিতীয় বিভাগত ডিপ্লোমা। অনুসূচিত জনজাতি/ জাতিৰ বাবে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা চিভিল ইঞ্জিনীয়াৰিং বিভাগত ডিপ্লোমা। • মেকানিকেল ইঞ্জিনীয়াৰিং ডিপ্লোমা : চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰিং বিভাগত নূন্যতম দ্বিতীয় বিভাগত ডিপ্লোমা। অনুসূচিত জনজাতি/ জাতিৰ বাবে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰিং বিভাগত ডিপ্লোমা। • ইনষ্ট্ৰুমেণ্টেচন ইঞ্জিনীয়াৰিং ডিপ্লোমা : চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা ইনষ্ট্ৰুমেণ্টেচন ইঞ্জিনীয়াৰিং বিভাগত নূন্যতম দ্বিতীয় বিভাগত ডিপ্লোমা। অনুসূচিত জনজাতি/ জাতিৰ বাবে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা ইনষ্ট্ৰুমেণ্টেচন ইঞ্জিনীয়াৰিং বিভাগত ডিপ্লোমা। • ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং ডিপ্লোমা : চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা ইলেকট্ৰিকেল ইঞ্জিনীয়াৰিং বিভাগত নূন্যতম দ্বিতীয় বিভাগত ডিপ্লোমা। অনুসূচিত জনজাতি/ জাতিৰ বাবে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা ইলেকট্ৰিকেল ইঞ্জিনীয়াৰিং বিভাগত ডিপ্লোমা। • আইনৰ স্নাতক। : ৪০% নম্বৰ সহ আইন বিভাগত উত্তীৰ্ণ। • খাদ্য আৰু পানীয় সেৱা : ৪০% নম্বৰ সহ হোটেল মেনেজমেণ্ট/ হস্পিতালিটি মেনেজমেন্ট/ খাদ্য আৰু পানীয় বিভাগত ডিপ্লোমা। • বেক্ অফিচ : ৪০% নম্বৰ সহ B.A. বা B. Com ডিগ্ৰীধাৰী। অনুসূচিত জনজাতি/ জাতিৰ বাবে B.A. বা B. Com উত্তীৰ্ণ।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।


Next Story
চাকৰি