Begin typing your search above and press return to search.

নুমলীগড় তেল শোধনাগাৰ নিযুক্তি ২০২০

NRL

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 May 2020 11:10 AM GMT

নুমলীগড় তেল শোধনাগাৰ নিযুক্তি ২০২০

নুমলীগড় তেল শোধনাগাৰত নিম্নলিখিত পদ সমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আৱেদন বিছাৰিছে।‌

পদৰ নাম - মেনেজাৰ

পদৰ সংখ্যা-০১

বয়স - ৬২ বছৰ ।

অৰ্হতা- স্নাতক

দৰমহা - ১,২০,০০০ প্ৰতিমাহে।

অন্তিম তাৰিখ-২০-০৫-২০২০

স্থান- নুমলীগড় , অসম

অধিক জানিবৰ বাবে: Click here

Next Story
চাকৰি