ৰাষ্ট্ৰীয় তাপবিদ্যুত নিগম লিমিটেড ( NTPC Limited)-ত পদ খালী

এন টি পি চিয়ে মাইনিং অভাৰমেন নিযুক্তিৰ বাবে চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে।
ৰাষ্ট্ৰীয় তাপবিদ্যুত নিগম লিমিটেড ( NTPC Limited)-ত পদ খালী
Published on

ৰাষ্ট্ৰীয় তাপবিদ্যুত নিগম লিমিটেড ( NTPC Limited)-ৰ বিষয়েঃ 

এন টি পি চি লিমিটেড হৈছে ভাৰত চৰকাৰৰ এটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। ই বিদ্যুত উত্পাদন আৰু ইয়াৰ সংলগ্ন কামৰ লগত জড়িত। ১৯৭৫-ত এন টি পি চি প্ৰতিষ্ঠা কৰা হয়। দেশৰ শক্তিখণ্ডৰ ই এটা অন্যতম বৃহত্ প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠান জীৱাশ্মৰ পৰা শক্তি উত্পাদনৰ পৰা আৰম্ভ কৰি জন, নিউক্লিয় আৰু পুনৰ নবীকৃত শক্তিৰ পৰা বিদ্যুত উত্পাদনতো জড়িত। 

২০১০-ৰ মেত এন টি পি চি মহাৰত্ন প্ৰতিষ্ঠানত পৰিণত হয়। ফলত ই চাৰিটা মহাৰত্ন কোম্পানীৰ এটাত পৰিণত হয়। 

এন টি পি চিয়ে মাইনিং অভাৰমেন নিযুক্তিৰ বাবে চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য উল্লেখ কৰা হলঃ 

ৰাষ্ট্ৰীয় তাপবিদ্যুত নিগম লিমিটেড ( NTPC Limited)-ৰ নিযুক্তি-২০২২ঃ 

এন টি পি চিয়ে মাইনিং অভাৰমেন নিযুক্তিৰ বাবে চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হলঃ 

আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব  পাৰে:

পদৰ নাম

মাইনিং অভাৰমেন 

খালী পদ 

৭৪ টা। 

দৰমহা 

মাহিলী ৫০ হেজাৰ টকা। 

চাকৰিৰ স্থান

ৰাঁচী। 

বয়সৰ সীমা 

সৰ্বোচ্চ ৫৭ বছৰ। 

আবেদন মাচুল 

৩০০ টকা। 

আবেদন প্ৰক্ৰিয়া

অনলাইন। 

অন্তিম তাৰিখ

১৫-০৩-২০২২। 

ৱেবছাইট

https://www.ntpc.co.in

শিক্ষাগত অৰ্হতাঃ 

স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা মাইনিং ইঞ্জিনীয়াৰিঙৰ ডিপ্লমা থাকিব লাগিব। 

আবেদনৰ নিয়মঃ আগ্ৰহী প্ৰাৰ্থীসকলে  অহা ntpc.co.in-ৰ পৰা আবেদন জনাব পাৰিব। 

লিখিত পৰীক্ষা আৰু দক্ষতা পৰীক্ষাৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com