ওদালগুৰিৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ আবেদন আহ্বান

ওদালগুৰিৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ে পিয়ন নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ওদালগুৰিৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ আবেদন আহ্বান
Published on

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ১২হেজাৰ টকাৰ পৰা ৫২হেজাৰ টকা।

বয়সৰ সীমাঃ ২০২০ৰ ৩১মাৰ্চত প্ৰাৰ্থীৰ বয়স ১৮ বছৰতকৈ কম আৰু ৪২ বছৰতকৈ অধিক হ'ব নালাগিব। অৱশ্যে অ' বি চি/এম অ' বি চি প্ৰাৰ্থীৰ ক্ষেত্ৰত বয়সৰ সৰ্বোচ্চ সীমা ৪৫ বছৰ আৰু এছ চি/এছ টি প্ৰাৰ্থীৰ ক্ষেত্ৰত ৪৭ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৭-২০২০।

সবিশেষ জানিবলৈ www.udalqurijudiciary.gov.in চাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com