গাড়ীচালক নিযুক্তি কামৰূপ(ম)ৰ জিলা-সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ৰ

কামৰূপ(মহানগৰ)ৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ে গাড়ীচালক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
গাড়ীচালক নিযুক্তি কামৰূপ(ম)ৰ জিলা-সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ৰ

খালী পদৰ সংখ্যাঃ তিনিটা।

দৰমহাঃ মাহিলী ১৫ হেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৮-০৭-২০২০।

সবিশেষ জানিবলৈ http://kamrupjudiciary.gov.in/Notices%201/24.06.2020%20Order%20on%203466-82%20Advertisement.pdf চাওক।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com