Begin typing your search above and press return to search.

গাড়ীচালক নিযুক্তি কামৰূপ(ম)ৰ জিলা-সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ৰ

কামৰূপ(মহানগৰ)ৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ে গাড়ীচালক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

গাড়ীচালক নিযুক্তি কামৰূপ(ম)ৰ জিলা-সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 July 2020 6:12 AM GMT

খালী পদৰ সংখ্যাঃ তিনিটা।

দৰমহাঃ মাহিলী ১৫ হেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৮-০৭-২০২০।

সবিশেষ জানিবলৈ http://kamrupjudiciary.gov.in/Notices 1/24.06.2020 Order on 3466-82 Advertisement.pdf চাওক।

Next Story