Begin typing your search above and press return to search.

অ' এন জি চিত চিকিত্সা বিষয়া নিযুক্তি

অ’ এন জি চিয়ে চিকিত্সা বিষয়া(জৰুৰী কৰ্তব্য)নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

অ এন জি চিত চিকিত্সা বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Aug 2020 12:39 PM GMT

খালী পদৰ সংখ্যাঃ ০৮টা।

দৰমহাঃ মাহিলী ৭২হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ শিৱসাগৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ শিক্ষাগত অৰ্হতা আৰু সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ www.ongcindia.comৰ জৰিয়তে পাৰিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ-পলিমাৰ লিমিটেড(গেছ ক্ৰেকাৰ)ত পদখালী

Next Story