Begin typing your search above and press return to search.
অইল ইণ্ডিয়া লিমিটেডৰ স্নাতক অভিযন্তা নিযুক্তি
অইল ইণ্ডিয়া লিমিটেডে স্নাতক অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ৩ টা।
দৰমহাঃ মাহিলীঃ ৪৫ হেজাৰ টকা।
বয়সৰ সীমাঃ ২২ ৰ পৰা ৪০ বছৰ।
আবেদন প্ৰক্ৰিয়াঃ অনলাইন।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০১-০৭-২০২১।
আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।
চাকৰিৰ ধৰণঃ ঠিকাভিত্তিক।
শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ইউ জি চি/ এ আই চিটি ই স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা চাৰিবছৰীয়া ইঞ্জিনীয়াৰিং পাঠ্যক্ৰমৰ ডিগ্ৰীধাৰী হব লাগিব। তদুপৰি ইনভেণ্টৰী মেনেজমেণ্টকে ধৰি ঠিকা আৰু ক্ৰয়ত ন্যূনতম দুবছৰৰ অভিজ্ঞতা থাকিব লাগিব।
আবেদনৰ নিয়মঃ আবেদনৰ সৈতে বয়স, শিক্ষাগত অৰ্হতা , জাতিগত প্ৰমাণপত্ৰ আদিৰ প্ৰমাণপত্ৰৰ কপি গাঁঠি দিব লাগিব।
Next Story