অইল ইণ্ডিয়া লিমিটেডত অপাৰেটৰৰ পদখালী

অইল ইণ্ডিয়া লিমিটেডত অপাৰেটৰৰ পদখালী

অইল ইণ্ডিয়া লিমিটেডে এইচ এম ভি অপাৰেটৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
Published on

খালী পদৰ সংখ্যাঃ ৩৬টা।

দৰমহাঃ ১৬ হেজাৰ টকাৰ পৰা ৩৪হেজাৰ টকা।

বয়সৰ সীমাঃ ১৮ বছৰৰ পৰা ৩০বছৰ।

নিযুক্তিৰ স্থানঃ অসম।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৮-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু গধুৰ বাহনৰ চালকৰ অনুজ্ঞাপত্ৰ।

আবেদনৰ নিয়মঃ আবেদন জনোৱাৰ বাবে https://www.oil-india.com/Current_openNew.aspx-চাওক। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com