অইল ইণ্ডিয়া লিমিটেডত বিভিন্ন ধৰণৰ পদ খালী

অইল ইণ্ডিয়া লিমিটেডে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অইল ইণ্ডিয়া লিমিটেডত বিভিন্ন ধৰণৰ পদ খালী

পদসমূহঃ

পৰীক্ষাগাৰ টেকনিচিয়ানঃ

খালী পদৰ সংখ্যাঃ

ঠিকাভিত্তিক নাৰ্ছ

খালী পদৰ সংখ্যাঃ ২০টা।

শিক্ষাগত অৰ্হতাঃ বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ আৰু নাৰ্ছিঙত ডিগ্ৰী।

পেৰামেডিকেল ফাৰ্মাচিষ্ট

খালী পদৰ সংখ্যাঃ ৩টা।

শিক্ষাগত অৰ্হতাঃ বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ আৰু ফাৰ্মাচীত ডিপ্লমা।

নাৰ্ছিং টিউটৰ।

শিক্ষাগত অৰ্হতাঃ বি এছ চি(নাৰ্ছিং)।

গ্ৰন্থগাৰিক তথা কেৰাণীঃ

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ লাইব্ৰেৰী চায়েন্সত স্নাতক ডিগ্ৰী।

কাৰ্যালয়ৰ ঠিকনাঃ Employee Welfare Office, Employee Relations Department, Nehru Maidan, Oil India Limited, Duliajan। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com