Begin typing your search above and press return to search.
চিকিত্সক নিযুক্তিৰ বাবে অইল ইণ্ডিয়া লিমিটেডৰ সাক্ষাতকাৰ
অস্থায়ী ভিত্তিত চিকিত্সক নিযুক্তিৰ বাবে অইল ইণ্ডিয়া লিমিটেডে সাক্ষাতকাৰ অনুষ্ঠিত কৰিবলৈ লৈছে।

পদৰ নামঃ Retainer Doctors।
খালী পদৰ সংখ্যাঃ ৪টা।
দৰমহাঃ মাহিলী ৮৫হেজাৰ টকা।
শিক্ষাগত অৰ্হতাঃ এম বি বি এছ। তদুপৰি এবছৰ ইণ্টাৰ্ণী কৰা হব লাগিব। লগতে এম চি আই বা এছ এম চিৰ পঞ্জীয়ন থাকিব লাগিব।
এই চাকৰিৰ ম্যাদ আৰম্ভণীতে এবছৰৰ হব। পাছলৈ সৰ্বোচ্চ দুবছৰীয়া হব পাৰে।
চাকৰিৰ স্থানঃ ডিব্ৰুগড়।
প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু সাক্ষাত্কাৰ।
অহা ২৫-০৯-২০২০ৰ পুৱা ৮-৩০ৰ পৰা ৯-৩০বজালৈ অইলৰ দুলীয়াজানস্থিত হাস্পতালত সাক্ষাতকাৰ অনুষ্ঠিত হব।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড, অসমত ১৪ টা পদখালী
Next Story