অইল ইণ্ডিয়া লিমিটেডত তৃতীয় বৰ্গ, পঞ্চম বৰ্গৰ পদ খালী

অইল ইণ্ডিয়া লিমিটেডে তৃতীয় বৰ্গ আৰু পঞ্চম বৰ্গৰ পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অইল ইণ্ডিয়া লিমিটেডত তৃতীয় বৰ্গ, পঞ্চম বৰ্গৰ পদ খালী
Published on: 

অইল ইণ্ডিয়া লিমিটেডৰ বিষয়েঃ

অইল ইণ্ডিয়া লিমিটেড হৈছে এটা সম্পূৰ্ণৰূপে সংহত তৈল অন্বেষণ আৰু উৎপাদন প্ৰতিষ্ঠান ৷ ইয়াৰ ইতিহাস ভাৰতত খাৰুৱা তেল আৱিষ্কাৰৰ সময়ৰে তথা ১৮৮৯ৰ ৷

অইল ইণ্ডিয়া লিমিটেড হৈছে এটা নৱৰত্ন প্ৰতিষ্ঠান। ই হৈছে ভাৰত চৰকাৰৰ এটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠান কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ প্ৰশাসনিক অধীনৰ প্ৰতিষ্ঠান ৷

অইল ইণ্ডিয়া লিমিটেডৰ নিযুক্তি-২০২২ঃ 

অইল ইণ্ডিয়া লিমিটেডে তৃতীয় বৰ্গ আৰু পঞ্চম বৰ্গৰ পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

 এই পদসমূহৰ  বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা আদিৰ তলত সবিশেষ তথ্য পাবঃ 


পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

তৃতীয় বৰ্গ আৰু পঞ্চম বৰ্গৰ। 

পদৰ সংখ্যা


 ৬২ টা। 

দৰমহা

নিয়ম অনুসৰি। 

বয়সৰ সীমা


তথ্য উপলব্ধ নহয়। 

নিযুক্তিৰ স্থান

ডিব্ৰুগড, তিনিচুকীয়া, শিৱসাগৰ,চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ চাংলাং জিলা। 


অন্তিম তাৰিখ

 ২৫ ফেব্ৰুৱাৰী, ২০২২। 

আবেদনৰ মাচুল 

তথ্য উপলব্ধ নহয়। 

শিক্ষাগত অৰ্হতাঃ 

স্বীকতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা  পদৰ কোড TCG12022-ৰ ক্ষেত্ৰত বি এছ চি ( ভূ-তত্ব- জিওইনফৰমেটিক্স) বা বি এ(ভূগোল) হব লাগিব। 

সংশ্লিষ্ট ক্ষেত্ৰত কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। 

ৱেবছাইটঃ oil-india.com-ৰ পৰা অহা ২৫ ফেব্ৰুৱাৰীলৈকে আবেদন জনাব পাৰিব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com