Begin typing your search above and press return to search.

এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে অ' এন জি চিৰ আবেদন আহ্বান

অ’ এন জি চিয়ে এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে অ এন জি চিৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Aug 2020 12:28 PM GMT

পদসমূহঃ এপ্ৰেণ্টিচ।

খালী পদৰ সংখ্যাঃ ৪১৮২টা।

বয়সৰ সীমাঃ ১৭-০৮-২০২০ত সৰ্বনিম্ন ১৮ বছৰ আৰু সৰ্বোচ্চ ২৪ বছৰ। আবেদনকাৰীৰ জন্ম ১৭-০৮-১৯৯৬ৰ পৰা ১৭-০৮-২০০২ৰ ভিতৰত হব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ আৰু অ বি চি প্ৰাৰ্থীয়ে ৩ বছৰ বয়স ৰেহাই পাব।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ লাভ কৰা নম্বৰ আৰু মেধা ভিত্তিত প্ৰাৰ্থী নিযুক্তি দিয়া হব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৮-২০২০।

আবেদন জনোৱাৰ বাবে www.ongcapprentices.ongc.co.in চাওক। অহা ১৭ আগষ্টৰ সন্ধিয়া ৬ বজালৈ আবেদন গ্ৰহণ কৰা হব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক

আৰু চাব পাৰেঃ কেন্দ্ৰীয় তথ্য় আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ চাকৰি

Next Story
চাকৰি