Begin typing your search above and press return to search.

অ' এন জি চিত ঠিকাভিত্তিক চিকিত্সা বিষয়া নিযুক্তি

অ' এন জি চিয়ে চিকিত্সা বিষয়া(ঠিকাভিত্তিক) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

অ এন জি চিত ঠিকাভিত্তিক চিকিত্সা বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-09-05T17:16:20+05:30

পদসমূহঃ

চিকিত্সা বিষয়া (জি ডি)

শিক্ষাগত অৰ্হতাঃ এম বি বি এছ।

চিকিত্সা বিষয়া ( অ এইচ)

শিক্ষাগত অৰ্হতাঃ এম বি বি এছ।

চিকিত্সা বিষয়া(ক্ষেত্ৰ কৰ্তব্য)

শিক্ষাগত অৰ্হতাঃ এম বি বি এছ।

চিকিত্সা বিষয়া(হোমিঅপেথী)

খালী পদৰ সংখ্যাঃ বি এইচ এম এছ।

খালী পদৰ সংখ্যাঃ ২৩টা।

দৰমহাঃ মাহিলী ৫৫ হেজাৰ টকাৰ পৰা এক লাখ টকা।

নিযুক্তিৰ স্থানঃ শিৱসাগৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১0-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ শিক্ষাগত অৰ্হতা আৰু সাক্ষাতকাৰৰ ভিত্তিত।

আবেদনৰ নিয়মঃ www.ongcindia.comৰ জৰিয়তে পাৰিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story