Begin typing your search above and press return to search.
ওজোছফ্ট গুৱাহাটীত ২০টা ব্যৱসায় উন্নয়ন সহযোগীৰ পদ খালী
পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-

ওজোছফ্ট ইণ্ডিয়া প্ৰা. লি., গুৱাহাটীয়ে ব্যৱসায় উন্নয়ন সহযোগী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
পদৰ নাম- ব্যৱসায় উন্নয়ন সহযোগী ।
খালী পদ -২০টা [সম্পূৰ্ণ সময়: ৬ আৰু আংশিক সময়: ১৪]
বয়স - ২০+
দৰমহা-৬০০০-১৮০০০/- টকা, প্ৰতি মাহে ৩ লাখ টকাৰ সৈতে ইনচেণ্টিভ পে (পোষ্ট ট্ৰেইনিং)।
নিযুক্তিৰ স্থান- গুৱাহাটী, অসম।
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ১০/০৯/২০২১ ।
আবেদন প্ৰক্ৰিয়া- অনলাইন ।
ৱেবচাইট- https://ozosoft.in/
শিক্ষাগত অৰ্হতা/যোগ্যতা-প্ৰাৰ্থীসকলৰ স্নাতক ডিগ্ৰী বা সমতুল্য অভিজ্ঞতা থাকিব লাগিব । উৎকৃষ্ট লিখিত আৰু মৌখিক যোগাযোগ দক্ষতা থাকিব লাগিব ।
আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে https://ozosoft.in/post/apply.পঞ্জীয়ন কৰিব পাৰে।
বাছনি প্ৰক্ৰিয়া-সাক্ষাৎকাৰৰ ওপৰত ভিত্তি কৰি বাছনি কৰা হ'ব ।
Next Story