Begin typing your search above and press return to search.

পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগত খণ্ড উন্নয়ন বিষয়া নিযুক্তি

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে খণ্ড উন্নয়ন বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগত খণ্ড উন্নয়ন বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Aug 2020 12:25 PM GMT

খালী পদৰ সংখ্যাঃ ৩৯টা।

দৰমহাঃ ১৪ হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।

চাকৰিৰ স্থানঃ অসম।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৯-২০২০।

আবেদনৰ নিয়মঃ www.rural.assam.gov.in চাওক।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ জাগীৰোড কলেজত সহকাৰী অধ্যাপকৰ প্ৰয়োজন

Next Story