গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ত অধ্যাপকৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ত অধ্যাপকৰ পদখালী
Published on: 

পাণ্ডু মহাবিদ্যালয়, গুৱাহাটীত অধ্যাপকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : অধ্যাপক (মডাৰ্ণ গ্ৰুপ) বুৰঞ্জী বিভাগ

খালী পদৰ সংখ্যা : ০১টা

বয়স : অধিকতম ৪৩বছৰ (০১/০১/২০২১ৰ মতে)

দৰমহা : ১২,০০০ টকা, মাহিলী (স্থায়ী)

নিযুক্তিৰ স্থান : গুৱাহাটী, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২৭/১০/২০২১

শিক্ষাগত অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী ইউ. জি. চি. আৰু পাণ্ডু মহাবিদ্যালয়ৰ নিয়মাৱলী অনুসৰি শিক্ষাগত অৰ্হতা থাকিব লাগিব।

বাছনি প্ৰক্ৰিয়া :

• সাক্ষাৎকাৰ

• ইচ্ছুক প্ৰাৰ্থীক সকলো অৰ্হতা নথি পত্ৰ (প্ৰকৃত ৰূপ) সহ আগন্তুক সাক্ষাৎকাৰৰ বাবে উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ'ল।

সাক্ষাৎকাৰ সম্বন্ধীয় জাননী :

• তাৰিখ : ২৭/১০/২০২১

• সময় : পুৱা ১১বজাৰ পৰা

• স্থান : পাণ্ডু মহাবিদ্যালয়, গুৱাহাটী ৭৮১০১২

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com