Begin typing your search above and press return to search.

পিজিআইএমইআৰত লেব এটেণ্ডেণ্টৰ পদ খালী

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো তথ্য পাব। :

পিজিআইএমইআৰত লেব এটেণ্ডেণ্টৰ পদ খালী

RaktimBy : Raktim

  |  23 Aug 2021 12:16 PM GMT

স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (পিজিআইএমইআৰ)য়ে শেহতীয়াকৈ লেব এটেণ্ডেণ্ট ৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে । আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো তথ্য পাব। :

পদৰ নাম -লেব এটেণ্ডেণ্ট

খালী পদৰ সংখ্যাঃ-১টা ।

নিযুক্তিৰ স্থান-ভাৰতত ।

দৰমহা- নিয়ম অনুসৰি দৰমহা ।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ২৬/০৮/২০২১।

বয়স -৩৫ বছৰ ।

শিক্ষাগত অৰ্হতাঃ -স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত (পিজিআইএমইআৰ) লেব এটেণ্ডেণ্ট পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থী যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষা সম্পূৰ্ণ কৰিব লাগিব ।

আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো অৰ্হতাসম্প্ন্ন প্ৰাৰ্থীয়ে পিজিআইএমইআৰ অফিচিয়েল ৱেবছাইট pgimer.edu.in অনলাইন আবেদন কৰিব পাৰে। ১৬-০৮-২০২১ ৰ পৰা ২৬ আগষ্ট ২০২১ ৰ ভিতৰত আবেদন কৰিব পাৰিব ।

Next Story
চাকৰি