Begin typing your search above and press return to search.

চিকিৎসা শিক্ষা আৰু গৱেষণাৰ স্নাতকোত্তৰ প্ৰতিষ্ঠান(PGIMER)-ত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

চিকিৎসা শিক্ষা আৰু গৱেষণাৰ স্নাতকোত্তৰ প্ৰতিষ্ঠান(PGIMER)-ত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Sep 2021 8:26 AM GMT

চিকিৎসা শিক্ষা আৰু গৱেষণাৰ স্নাতকোত্তৰ অনুষ্ঠানত, ছিনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : ছিনিয়ৰ ৰিচাৰ্ছ ফেল'

খালী পদৰ সংখ্যা : ০১ ।

বয়স : উল্লেখ নাই ।

দৰমহা : নিয়মাৱলী অনুসৰি ।

নিযুক্তিৰ স্থান : সমগ্ৰ ভাৰততে ।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ৩০/০৯/২০২১ ।

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/ অনুষ্ঠানৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদক আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থিয়ে নিজৰ আবেদন পত্ৰ নিৰ্ধাৰিত পাঠ্য ৰূপত, প্ৰয়োজনীয় নথিপত্ৰ সহ উল্লেখিত ঠিকনা লৈ প্ৰেৰণ কৰিব লাগিব।

ঠিকনা : ফাৰ্মাক'লজি বিভাগ, কক্ষ নং - ৪০১৬, গৱেষণা মণ্ডল B ৪নং ফ্লৰ, PGIMER চণ্ডিগড়।

মেইল : pgimerpharmacology@gmail.com

সবিশেষ জানিবলৈ চাওক ইয়াত ক্লিক কৰক

Next Story